চেন্ট্ৰেল গভমেন্টত ১৩৫৫ টা চাকৰি মুকলি । অৰ্হতা- দশম মান আৰু হায়াৰ ছেকেণ্ডেৰী
Notification
চেন্ট্ৰেল গভমেন্ট চাকৰি কৰাৰ সপোন বহুতৰে থাকে । কাৰণ ষ্টেট গভমেন্টৰ চাকৰিতকৈ চেন্ট্ৰেল গভমেন্টৰ চাকৰিত বহুধৰণৰ সাসুবিধা পোৱা যায় । শেহতীয়াকৈ চেন্ট্ৰেল গভমেন্টৰ কিছু চাকৰি মুকলি হৈছে । সুখৰ বিষয় এই যে মেট্ৰিক পাছ আৰু হায়াৰ ছেকেণ্ডৰী পাছ সকলেও আবেদন কৰিব লাগিব । Staff Selection Commission য়ে শেহতীয়াকৈ মুকলি কৰা চাকৰিৰ এই বিজ্ঞাপনৰ বিষয়ে আজি আমি আলোচনা কৰিম লগতে আপোনাক জনাম কিদৰে এই খালী হোৱা পদসমূহত আবেদন কৰিব পাৰিব।
whatsapp Group: ClickHere
খালী পদৰ নাম:
কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন প্ৰতিষ্ঠানত তলত দিয়া পদসমূহ খালী হৈছে । খালী পদৰ নামসমূহ হৈছে।
পদ:
১৩৫৫ টা
A)দশম মান উৰ্ত্তীণৰ বাবে:
- Technical Operator
- Library Clerk
- Office Attendant
- Field Cum Laboratory Attendant
- Field Attendant
- Sanitary Inspector
- Photographer
- Compositor
- Photo Artist
- Senior Projectionist
- Binder Boiler Attendant
- Workshop Attendant
- Driver Cum Mechanic
- Nursing Orderly
B)হায়াৰ ছেকেণ্ডেৰী উৰ্ত্তীণৰ বাবে:
- Lab Assistant (Geology) Gr III
- Fumigation Assistant
- Laboratory Attendant
- Laboratory Assistant
- Laboratory Technician
- Clerk
- Senior Surveyor
- Carpenter Cum Artist
- Receptionist/ Ticketing Assistant
- Offset Machineman
- Technical Clerk
- Preservation Assistant
- Sr. Conservation Assistant
- Data Entry Operator Grade - A
- Store Keeper
- Laboratory Assistant Grade - III
- Photo Assistant
- Library Attendant
- Stockman Assistant
- Store Keeper
- Mechanic
- Agriculture Fieldman
বয়স:
বিজ্ঞাপন অনুসৰি নূন্য়তম বসয় হৈছে ১৮ বছৰ । আৰু উৰ্ধতম বয়স ২৫/২৮ বছৰ । এছচি, এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহায় দিয়া হৈছে ।
আবেদন ফিজ:
অনলাইন আবেদনকাৰীসকলে আবেদনৰ ফিজ দিব লাগিব । অৱশ্যে মহিলা প্ৰাৰ্থী আৰু SC/ ST/ PWD প্ৰাৰ্থীয়ে কোনো ফিজ দিব নালাগে । আবেদন ফিজ হৈছে ১০০ টকা মাত্ৰ ।
লগতে পঢ়ক - অষ্টম মান উৰ্ত্তীণ হ'লেই চৰকাৰী ফৰ্থ গ্ৰেডৰ চাকৰি
কিদৰে আবেদন কৰিব:
ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব ।
অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।
অনলাইন আবেদন কৰোতে আপুনি আপোনাৰ নথি পত্ৰ আপলোড কৰিব লাগিব ।
- অনলাইন আবেদন আৰম্ভ- 21st February
- 2020অনলাইন আবেদন শেষ- 20th March 2020
- ৰিচিপ্ট উলোৱাৰ অন্তিম দিন- 20th March 2020
- অনলাইন পেমেন্টৰ অন্তিম দিন- 23rd March 2020
- অফলাইন চালান ওলোৱাৰ অন্তিম দিন- 23rd March 2020
- চালানৰ যোগেদি পেমেন্টৰ অন্তিম দিন- 25th March 2020
- পৰীক্ষাৰ দিন- 10th June 2020 to 12th June 2020
বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক- ClickHere
অনলাইন আবেদনৰ বাবে ক্লিক কৰক- ClickHere